What is aphasia?

বাকৰুধ মানে কি ?
বাকৰুধ হল এক ৰোগ, যেতিয়া এজন ব্যক্তিয়ে কথা কব নোৱাৰা হয় পঢ়িব নোৱাৰা হয়  বা লিখিব নোৱাৰা হয়| এই ৰোগ সাধাৰণতে মগজুৰ ষ্ট্ৰক বা ৰক্তঘাত বা মগজুৰ দুৰ্ঘটনাত কোনো এংশ অকামিলা হৈ যোৱা বাবে হয়| এই ৰোগৰ লোক সকলে স্মৃতি শক্তি, চিন্তা কৰিব পৰা শক্তি, কথা কওঁতে সঠিক শব্দ বা বাক্য প্ৰয়োগ কৰোতে অসুবিধাৰ সম্নূখীন হয়| ইয়াৰ ওপৰি ৰোগীজনে নিজৰ ভাষা কওঁতে অন্য লোকে বুজিব নোৱাৰে আৰু লাহে লাহে পঢ়িব পৰা আৰু লিখিব পৰা ক্ষ‍‍মতা কমি যায়

 

News & Events

The Family Guide (Facts about Aphasia and Stroke) has been published in Bengali and is available on request from Ratna Sagar Publishers, New Delhi.

Read More

Disclaimer

This association cannot offer any medical advice or assess any medical-neurological condition.

Read More

Site Designed by Premier Technologies